New Educational Policy 2022

নতুন শিক্ষানীতিক কেন্দ্রীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।   ১০ম শ্ৰেণীৰ বৰ্ড বন্ধ, M.Phil বন্ কৰা হ'ল। মাননীয় মন্ত্রী আৰু কেন্দ্রীয় শিক্ষা বিভাগ, | ভাৰত চৰকাৰে। প্রস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্রীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্রায় ৩৬ বছৰ পিছত দেশত নতুন শিক্ষানীতি কার্যকৰী হৈছে।নতুন শিক্ষানীতি কেবিনেটে আজি(new education policy2020) সেউজ সংকেট প্রদান কৰে।৩৪ বছৰৰ পিছত শিক্ষানীতিত কি কিপৰিৱৰ্তন আহিল তাক সৰলকৈ। জানাে আহা।     https://youtu.be/233meYZ_x08  Guys pls follow my webpage to get updated news and articles....  My youtube channel link is here 🤟😍 https://youtu.be/RCe1cT7KNlY
New Educational Policy 2022

নতুন শিক্ষানীতিক কেন্দ্রীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।

১০ম শ্ৰেণীৰ বৰ্ড বন্ধ, M.Phil বন্ কৰা হ'ল। মাননীয় মন্ত্রী আৰু কেন্দ্রীয় শিক্ষা বিভাগ, | ভাৰত চৰকাৰে। প্রস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্রীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্রায় ৩৬ বছৰ পিছত দেশত নতুন শিক্ষানীতি কার্যকৰী হৈছে।নতুন শিক্ষানীতি কেবিনেটে আজি(new education policy2020) সেউজ সংকেট প্রদান কৰে।৩৪ বছৰৰ পিছত শিক্ষানীতিত কি কিপৰিৱৰ্তন আহিল তাক সৰলকৈ। জানাে আহা।

নতুন শিক্ষানীতিক কেন্দ্ৰীয় কেবিনেটে আজি মঞ্জুৰ কৰে ।

১০ম শ্ৰেণীৰ বৰ্ড বন্ধ, M.Phil বন্ধ কৰা হ'ল। মাননীয়

মন্ত্ৰী আৰু কেন্দ্ৰীয় শিক্ষা বিভাগ, ভাৰত চৰকাৰে

প্ৰস্তাৱিত নতুন শিক্ষানীতি ২০২০ আজি কেন্দ্ৰীয় কেবিনেটে স্বীকৃতি প্ৰদানৰ পিছতে ভাৰতে প্ৰায় ৩৬ বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী হৈছে।


নতুন শিক্ষানীতি কেবিনেটে আজি (new education policy2020) সেউজ সংকেট প্ৰদান কৰে।৩৪ বছৰৰ পিছত শিক্ষানীতিত কি কি পৰিৱৰ্তন আহিল তাক সৰলকৈ জানো আহা। নতুন শিক্ষানীতিৰ প্ৰকাৰ সমূহ চমুকৈ জানো আহা।


----5 Years Fundamental---

1. Nursery @4 Years

2. Jr KG @5 Years

3. Sr KG @6 Years

4. Std 1st @7 Years

5. Std 2nd @8 Years


---- 3 Years Preparatory---

6. Std 3rd @9 Years

7. Std 4th @10 Years

8. Std 5th @11 Years


----- 3 Years Middle---

9. Std 6th @12 Years

10.Std 7th @13 Years

11.Std 8th @14 Years


---- 4 Years Secondary---

12.Std 9th @15 Years

13.Std SSC @16 Years

14.Std FYJC @17Years

15.STD SYJC @18 Years


মন কৰিবলগীয়া কথা :


----কেৱল 12th শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা 


---M.Phil বন্ধ, কলেজৰ ডিগ্ৰী ৪ বছৰ । 

10th class Exam বন্ধ, Mphil বন্ধ ।


৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা -- স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়োৱাব লাগিব

বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।


আগতে 10ম মান পৰীক্ষা দিব লাগিছিল, এতিয়া নালাগে ।

9 class ৰ পৰা 12 লৈ চেমিষ্টাৰ ৰ্ফৰ্মলা হব স্কুলৰ শিক্ষা 5+3+3+4 ফূৰ্মলাত পঢ়োৱা হব ।


কলেজৰ ডিগ্ৰী 3 আৰু 4 বছৰ হব । ইয়াৰে প্ৰথম বছৰ চাৰ্টিফিকেট কৰ্চ দ্বিতীয় বছৰ ডিপ্লমা আৰু তৃতীয় বছৰ ডিগ্ৰী তৃতীয় বছৰ ডিগ্ৰী পাব।


৩ বছৰ ডিগ্ৰী তেওঁলেকে পাব যিবোৰ শিক্ষাৰ্থী উচ্চতশিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪ বছৰ ডিগ্ৰী হ'লে সেই ১ বছৰতে M.A কৰিব পাৰিব।


M.A ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।


ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলে এটা কৰ্চৰ মাজতে আন এটা কৰ্চ কৰিব পাৰিব, ২০৩৫ৰ ভিতৰত গ্ৰেছ এনলমেণ্ট ৫০ হাজাৰ আশা কৰে।


উচ্চ শিক্ষাটো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডেমিক ফাইনেন্সিয়েল অটোনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হব ।দেশৰ মুঠ ৪৫ হাজাৰ কলেজক সাঙৰি লোৱা হব ।


চৰকাৰী এটা শ্লগান চৰকাৰী নিজৰ সপোনৰ প্ৰজেক্ট সকলো সংস্থাক হব সমান।


সংগ্ৰহ: ভাৰত চৰকাৰ শিক্ষামন্ত্ৰণালয় ও সংসদীয় চেনেল



Guys pls follow my webpage to get updated news and articles....

My youtube channel link is here 🤟😍

Post a Comment

0 Comments